ಅರ್ಥ : বতাহত উৰিবলে প্রবৃত্ত কৰা বা এনে কিবা কৰা যাৰ দ্বাৰা বতাহত উৰে
ಉದಾಹರಣೆ :
প্রধান আচার্যই ্পতাকা উৰাই আছে
ಅರ್ಥ : আনৰ হতুৱাই উৰা
ಉದಾಹರಣೆ :
গোমধান খায় থকা চৰাইবোৰক খেতিয়কজনে লʼৰাটোৰ হতুৱাই উৰুৱালে
ಅರ್ಥ : বতাহত ওপৰলৈ উঠা
ಉದಾಹರಣೆ :
লʼৰা-ছোৱালীবোৰে চাদৰ ওপৰত চিলা উৰুৱাইছে