ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ উৰা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

উৰা   ক্ৰিয়া

ಅರ್ಥ : বতাহত ওপৰলৈ উঠি যোৱা বা বিয়পি যোৱা

ಉದಾಹರಣೆ : আকাশত ৰং-বিৰঙৰ চিলা উৰি আছে

ಸಮಾನಾರ್ಥಕ : উৰি থকা

ಅರ್ಥ : আকাশ মার্গেৰে বা বতাহেদি এঠাইৰ পৰা আন এঠাইলৈ যোৱা:উৰাজাহাজখন সাগৰৰ ওপৰেৰে উৰি আছিল

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : উৰি থকা

ಅರ್ಥ : স্থলত চলাচল কৰা বস্তুৰ অতি বেগেৰে চলোৱা কার্য

ಉದಾಹರಣೆ : চাবুকৰ কোব খোৱাৰ লগে লগেই ঘোঁৰাটো উৰিল

ಅರ್ಥ : কোনো বস্তু আদি নির্দিষ্ট ঠাইৰ পৰা আঁতৰ হোৱা

ಉದಾಹರಣೆ : মেজত থোৱা কিতাপখন কʼত হেৰাল

ಸಮಾನಾರ್ಥಕ : হেৰোৱা

ಅರ್ಥ : ৰং , চমক আদি শেতা পৰি যোৱা এক অৱস্থা

ಉದಾಹರಣೆ : এবাৰ ধোৱনতে কাপোৰৰ ৰং উৰি যায়

ಸಮಾನಾರ್ಥಕ : উৰি যোৱা

ಅರ್ಥ : বতাহত ইফাল-সিফাল হৈ পৰা

ಉದಾಹರಣೆ : ধুমুহা অহাৰ কাৰণে শস্যৰ ভঁ্ৰালত ৰখা ভুচিখিনি উৰিল

ಸಮಾನಾರ್ಥಕ : উৰি যোৱা

ಅರ್ಥ : কাপোৰ-কানি আদি গাত ধাৰণ কৰা:তেওঁ ্ গা-পা ধুই ভাল কাপোৰ পিন্ধিলে

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : পিন্ধা, পৰিধান কৰা, লোৱা

ಅರ್ಥ : বতাহত উৰা

ಉದಾಹರಣೆ : বিদ্যালয় প্রাংগণত জাতীয় পতাকা উৰি আছিল

ಸಮಾನಾರ್ಥಕ : উৰি থকা