ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : উলহ-মালহেৰে পালন কৰা কোনো ডাঙৰ জাতীয়, ধার্মিক বা সামাজিক মাঙ্গলিক বা শুভ কার্য
ಉದಾಹರಣೆ : স্বাধীনতা দিৱস আমাৰ ৰাষ্ট্রীয় উৎসৱ
ಸಮಾನಾರ್ಥಕ : উছৱ, পর্ব, পৰব, ্উৎসৱ-পার্বণ
ಅರ್ಥ : উৎসৱ পালনৰ কাৰণে বেলেগকৈ ৰখা দিন বা সময়াবধি
ಉದಾಹರಣೆ : ঈদৰ উৎসৱ আকৌ কেতিয়া আহিব?
ಸಮಾನಾರ್ಥಕ : সমাৰোহ
ಅರ್ಥ : অতি উলহ-মালহেৰে ডাঙৰকৈ আয়োজন কৰা সার্বজনীন মাংগলিক কার্য:আমাৰ বিদ্যালয়ত শিশু দিৱস উপলক্ষে এখনি বহু ডাঙৰ সমাৰোহৰ আয়োজন কৰা হৈছে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : উছব, মহোৎসৱ, মেলা, সমাৰোহ
ಸ್ಥಾಪನೆ