ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো কাম আদিত খৰ-খেদা কৰা ব্যক্তি
ಉದಾಹರಣೆ : এটা উৎপতীয়াৰ কাৰণে এই কামটো বেয়া হৈ গʼল
ಸಮಾನಾರ್ಥಕ : খটখটীয়া, চতফতীয়া, চতবতীয়া
ಅರ್ಥ : যিজনে বৰ উৎপাত কৰে
ಉದಾಹರಣೆ : দুষ্ট লʼৰা-ছোৱালীবোৰে মানুহক বৰ আমনি কৰে
ಸಮಾನಾರ್ಥಕ : খটাসুৰ, দুষ্ট, বদমাচ
ಅರ್ಥ : যি উপদ্রৱ কৰে
ಉದಾಹರಣೆ : তেওঁ এজন ্উৎপতীয়া ব্যক্তি
ಸಮಾನಾರ್ಥಕ : উপদ্রৱ কর্তা, উপদ্রৱকাৰী, উপদ্রৱী, বদমাচ
ಸ್ಥಾಪನೆ