ಅರ್ಥ : মিলি থকা বা কʼৰবাত লাগি থকা বস্তু পৃথক কৰা
ಉದಾಹರಣೆ :
তেওঁ ্মৌচাকৰ পৰা মৌজোল উলিয়াই আছে
ಅರ್ಥ : নির্দিষ্টভাৱে থকা ঠাইৰ পৰা আঁতৰ্ কৰা অৱস্থা
ಉದಾಹರಣೆ :
কোনোবাই মোৰ নামটো ভোটাৰ তালিকাৰ পৰা আঁ্তৰালে
ಸಮಾನಾರ್ಥಕ : আঁতৰোৱা, আঁ্তৰাই দিয়া, উলিয়াই দিয়া
ಅರ್ಥ : স্থান, স্বামিত্ব, অধিকাৰ,পদ আদিৰ পৰা পৃথক কৰা
ಉದಾಹರಣೆ :
মালিকে ৰহমানক চাকৰিৰ পৰা উলিয়াই দিলে
ಸಮಾನಾರ್ಥಕ : বাহিৰ কৰা
ಅರ್ಥ : জাৰি কৰা বা উপল্্ব্ধ কৰা কার্য
ಉದಾಹರಣೆ :
চৰকাৰে নতুন ডাক টিকট উলিয়ালে
ಅರ್ಥ : ভিতৰত সোমোই থকা কোনো বস্তু বাহিৰ কৰা কার্য
ಉದಾಹರಣೆ :
নাপিতজনে ভৰিৰ ্কাঁইটডাল উলিয়ালে
ಅರ್ಥ : লৈ যোৱা
ಉದಾಹರಣೆ :
বৰদেউতাই নিজৰ একমাত্র পুত্রৰ বিয়া বৰ উলহ মালহেৰে উলিয়ালে
ಅರ್ಥ : কোনো নতুন বস্তু তৈয়াৰ কৰা বা নতুন কথা বিচাৰি উলিওৱা
ಉದಾಹರಣೆ :
টাটাই গাড়ীৰ চাৰিটা মডেল উলিয়াইছে
ಸಮಾನಾರ್ಥಕ : আৱিষ্কৃত কৰা
ಅರ್ಥ : কোনো বস্তুৰ মাজত পৰা বা সোমাই থকা বস্তু বাহিৰ কৰা
ಉದಾಹರಣೆ :
তেওঁ ্গাখীৰত পৰি থকা মাখিটো উলিয়ালে
ಅರ್ಥ : বাহিৰ কৰা
ಉದಾಹರಣೆ :
তেওঁ নিজৰ মদাহী ভায়েকক ঘৰৰ পৰা উলিয়ালে
ಅರ್ಥ : বিচাৰি সন্মুখত ৰখা কার্য
ಉದಾಹರಣೆ :
পুলিচে চোৰটোৰ ঘৰৰপৰা চুৰি মালবস্তুবোৰ উলিয়ালে
ಸಮಾನಾರ್ಥಕ : হস্তগত কৰা
ಅರ್ಥ : অপ্রকাশিত বা অজ্ঞাত বস্তু অথবা বিষয়ৰ সন্ধান লাভ বা প্রকাশ
ಉದಾಹರಣೆ :
এডিচনে বিজুনী চাকি আৱিষ্কাৰ কৰিছিল
ಸಮಾನಾರ್ಥಕ : আৱিষ্কাৰ কৰা