ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিজন ব্যক্তিৰ উপেক্ষা কৰা হৈছে
ಉದಾಹರಣೆ : তেওঁ আজীৱন দুখীয়া তথা উপেক্ষিতৰ সেৱা নিয়োজিত হৈ আছে
ಅರ್ಥ : যাৰ ওপৰত ধ্যান দিয়া হোৱা নাই
ಉದಾಹರಣೆ : এই গাঁওখন আজিও চৰকাৰৰ দ্বাৰা উপেক্ষিত
ಸಮಾನಾರ್ಥಕ : অনাদৃত, অৱহেলিত, হেয়
ಅರ್ಥ : যিটো উপেক্ষা কৰিবৰ যোগ্য
ಉದಾಹರಣೆ : প্রভুৰ নির্মিত কোনো বস্তুৱেই উপেক্ষণীয় নহয়
ಸಮಾನಾರ್ಥಕ : অনাদৃত, অনাদৰণীয়, অৱজ্ঞাত, অৱজ্ঞাপ্রসূত, অৱজ্ঞেয়, অৱহেলনীয়, উপেক্ষণীয়
ಅರ್ಥ : যাক অপমান কৰা হৈছে
ಉದಾಹರಣೆ : অশোকে মদৰ নিচাত নিজৰ বাপেককে অপমানিত কৰিলে
ಸಮಾನಾರ್ಥಕ : অনাদৃত, অপমানিত, অৱহেলিত, নাকাল, লাঞ্ছিত
ಅರ್ಥ : যাক তিৰস্কাৰ কৰা হৈছে
ಉದಾಹರಣೆ : তিৰস্কৃত লʼৰা-ছোৱালীয়ে হীনমন্যতাত ভোগে
ಸಮಾನಾರ್ಥಕ : অনাদৃত, তিৰস্কৃত
ಸ್ಥಾಪನೆ