ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি কথা বা কামে কাৰোবাৰ মান বা প্রতিষ্ঠা হানি কৰে
ಉದಾಹರಣೆ : আমি কাকো অনাহকত অপমান কৰা উচিত নহয়
ಸಮಾನಾರ್ಥಕ : অনাদৰ, অপদস্থ, অপমান, অশ্রদ্ধা, অসন্মান, অৱজ্ঞা, অৱমাননা, অৱহেলা, তিৰস্কাৰ
ಅರ್ಥ : ধ্যান নিদিয়া কার্য
ಉದಾಹರಣೆ : দিনে-দিনে গছ-গছনিৰ উপেক্ষা কৰি অহা হৈছে
ಅರ್ಥ : কাৰোবাৰ আজ্ঞা বা কথা নমনা কার্য ্বা ভাব
ಉದಾಹರಣೆ : ডাঙৰৰ আদেশ অৱজ্ঞা কৰিব নাপায় বুলি আমাক সৰুৰে পৰাই শিকোৱা হয়
ಸಮಾನಾರ್ಥಕ : অগ্রাহ্য, অনাদৰ, অৱজ্ঞা, অৱহেলা, আওকাণ, আওহেলা, হেলা, হেলা-ওটা
ಸ್ಥಾಪನೆ