ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : লক্ষ্যত উপনীত হʼবলৈ কৰা কাম বা চেষ্টা
ಉದಾಹರಣೆ : এই কামটো সহজতে হʼবৰ বাবে কিবা এটা উপায় কওক
ಸಮಾನಾರ್ಥಕ : পথ, পন্থা, মার্গ, ্সাধন
ಅರ್ಥ : সন্মুখলৈ অহা দুটাতকৈ অধিক এনেকুৱা কথা বা কাম যাৰ ভিতৰত যিকোনো এটাকহে নিজৰ কাৰণে গ্রহণ কৰা হয়
ಉದಾಹರಣೆ : ৰোগীজনক বেলেগ হস্পিতেললৈ নিয়াৰ বাহিৰে কোনো উপায় নাছিল
ಸಮಾನಾರ್ಥಕ : বিপল্প
ಅರ್ಥ : কোনো কামত আহুকাল বা জটিলতা নথকা যি অৱস্থা:মণ্ডপৰ চকীবোৰ অতিথিৰ সুবিধা হোৱাকৈ সজাই থৈছে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : চল, দাও, বাট, সুচল, সুবিধা, সুযোগ, সুযোগ-সুবিধা
ಸ್ಥಾಪನೆ