ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ উপস্থাপন ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

উপস্থাপন   বিশেষ্য

ಅರ್ಥ : ছপা বা প্রচাৰ মাধ্যমৰ যোগেদি কোনো বিষয় বা খবৰ ৰাজহুৱাকৈ প্রকাশ কৰা কার্য

ಉದಾಹರಣೆ : তেওঁ নিজৰ বিচাৰধাৰাৰ উপস্থাপন এই লেখাটোৰ জৰিয়তে কৰিছে মঞ্চত কবিসকলে নিজৰ ৰচনাৰাজি নিজস্ব ভঙ্গিমাৰে উপস্থাপন কৰিলে

ಅರ್ಥ : নিজৰ মত প্রতিপাদন কৰিবৰ কাৰণে প্রমাণ সহকাৰে কোৱা কোনো কার্য

ಉದಾಹರಣೆ : বৈজ্ঞানিকে নিজৰ নতুন মতৰ প্রতিপাদন কৰিলে

ಸಮಾನಾರ್ಥಕ : নিৰূপণ, প্রতিপাদন, প্রমাণ কৰা