ಅರ್ಥ : ব্যৱহাৰ বা প্রয়োজনত অহা ভাব বা অৱস্থা
ಉದಾಹರಣೆ :
জনতাৰ উপযোগিতাৰ প্রতি লক্ষ্য ৰাখি সুলভ শৌচালয়ৰ ব্যৱস্থা কৰা হৈছে
ಅರ್ಥ : কোনো বস্তুৰ মহত্ত্ব বা মানদণ্ডৰ বিচাৰ কৰা গুণ বিশেষ
ಉದಾಹರಣೆ :
সময়ৰ উপযোগিতাক বুজি নোপোৱাজনে পিছত পস্তাবলগীয়া হয়
ಅರ್ಥ : কামত অহা বা লগা যোগ্যতা
ಉದಾಹರಣೆ :
বস্তুৰ উপযোগিতা অনুযায়ীহে আমি ইয়াৰ চয়ন কৰোঁ