ಅರ್ಥ : যিজনে সামগ্রী, সেৱা আদিৰ উপভোগ কৰে
ಉದಾಹರಣೆ :
উপভোক্তাৰ প্রয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখি কোম্পানীবোৰে নতুন নতুন উৎপাদিত সামগ্রী বজাৰত মুকলি কৰি দিছে
ಸಮಾನಾರ್ಥಕ : ভোক্তা
ಅರ್ಥ : বস্তু, সেৱা আদিৰ উপভোগ কৰোঁতা বা সেইবোৰক কামত লগোৱা
ಉದಾಹರಣೆ :
মʼবাইল উপভোক্তা গাওঁ্বাসী সকলে সদায় নেটৱর্ক নাপায়
ಸಮಾನಾರ್ಥಕ : উপভোগকাৰী, ব্যৱহাৰকাৰী