ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : হিত কথা বা কাম কৰিবলৈ কোৱা কার্য
ಉದಾಹರಣೆ : গীতাত ভগৱান কৃষ্ণই দিয়া উপদেশ সমগ্র মানৱ সমাজৰ কাৰণে মঙ্গলজনক
ಸಮಾನಾರ್ಥಕ : শিক্ষা
ಅರ್ಥ : শিকোৱা বা শিকা কোনো হিতকাৰী কথা
ಉದಾಹರಣೆ : সদায় সত্যৰেই যে জয় হয় এই শিক্ষা আমাৰ মহাকাব্যবোৰৰ পৰা পোৱা যায়
ಸಮಾನಾರ್ಥಕ : জ্ঞান, বুজনি, শিকনি, শিক্ষা
ಸ್ಥಾಪನೆ