ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি কোনো কাম বা কথাৰ বাবে উদ্বিগ্ন হয়
ಉದಾಹರಣೆ : উদ্বিগ্ন মানুহজনে মুক্তি পাবৰ বাবে আত্মহত্যা কৰিলে
ಸಮಾನಾರ್ಥಕ : আকুল, ব্যগ্র, ব্যাকুল
ಅರ್ಥ : যাৰ মন ব্যাকুল হৈছে বা যি বিমোৰত পৰিছে
ಉದಾಹರಣೆ : পৰীক্ষাত উদ্বিগ্ন ছাত্রসকলক শিক্ষকে বুজাই আছিল
ಸಮಾನಾರ್ಥಕ : ভাবিত
ಸ್ಥಾಪನೆ