ಅರ್ಥ : উত্তৰকালৰ সৈতে সম্বন্ধিত
ಉದಾಹರಣೆ :
তেওঁৰ ্ উত্তৰকালীন সাহিত্যত ৰুচি নাই
ಸಮಾನಾರ್ಥಕ : উত্তৰ কালৰ, ভাবীকালৰ
ಅರ್ಥ : ভৱিষ্যত কালত হʼবলগীয়া
ಉದಾಹರಣೆ :
আমি ভৱিষ্যতকালৰ আঁচনিৰ ৰূপৰেখা প্রস্তুত কৰি লোৱা উচিত
ಸಮಾನಾರ್ಥಕ : অনাগত, ভাবী, ভৱিতব্য, ভৱিষ্যতকালীন, ভৱিষ্যতকালৰ