ಅರ್ಥ : সিজিবৰ কাৰণে জুইৰ শিখাৰ ওপৰত দিয়া
ಉದಾಹರಣೆ :
ভাত ৰান্ধিবৰ কাৰণে তেওঁ কুকাৰটো চৌকাৰ ওপৰত উঠালে
ಅರ್ಥ : কিছু সময় ওপৰলৈ ধৰি থকা
ಉದಾಹರಣೆ :
তেওঁ ্বোজাটো মূৰত উঠালে
ಅರ್ಥ : কাৰোবাক কোনো অভিমান উৎপন্ন কৰা
ಉದಾಹರಣೆ :
তেওঁক বেছি নুঠাবা ৰমেশে তোষামোদ কৰি মহেশক উঠাই দিলে
ಸಮಾನಾರ್ಥಕ : উঠাই দিয়া
ಅರ್ಥ : (সংগীত) স্বৰ তীব্র কৰা
ಉದಾಹರಣೆ :
গুৰু মাই ভজন গোৱাৰ সময়ত নিজৰ কণ্ঠৰ স্বৰ বহুত ওপৰত তোলে
ಸಮಾನಾರ್ಥಕ : তোলা
ಅರ್ಥ : তলৰ পৰা ওপৰলৈ কোনো বস্তু লৈ যোৱা
ಉದಾಹರಣೆ :
তেওঁ ্সদায় ৰাতিপুৱা মটৰেৰে টেংকীলৈ পানী উঠায়
ಅರ್ಥ : স্থান ত্যাগ কৰা
ಉದಾಹರಣೆ :
তেওঁ নিজে বহিবৰ কাৰণে সোহনক চকীৰ পৰা উঠালে
ಅರ್ಥ : কাৰোবাক অধিক গুৰুত্ব দিয়া
ಉದಾಹರಣೆ :
মায়ে সৰু ভাইটিক বহুত উঠাই ৰাখিছে
ಅರ್ಥ : উঠাৰ কাম অন্যৰ দ্বাৰা কৰোৱা
ಉದಾಹರಣೆ :
দেউতাই মোক ঝুলনাত উঠালে
ಅರ್ಥ : কোনো যান বা বাহনৰ ওপৰত বহাত প্রবৃত্ত হোৱা
ಉದಾಹರಣೆ :
চালকজনে লʼৰাটোক ঘোঁৰাত বহুৱালে
ಸಮಾನಾರ್ಥಕ : বহুওৱা
ಅರ್ಥ : উঠিবলৈ প্ৰবৃত্ত কৰা
ಉದಾಹರಣೆ :
চাকৰণীজনীয়ে দুৰ্বল ককাদেউতাক বিছনাত উঠাই দিলে
ಸಮಾನಾರ್ಥಕ : উঠাই দিয়া
ಅರ್ಥ : বহী, কাগজ আদিত লিখা
ಉದಾಹರಣೆ :
মহাজনে বনুৱাজনক টকা দি নিজৰ খাটা-বহীত উঠাই থʼলে
ಸಮಾನಾರ್ಥಕ : উঠাই থোৱা