ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ উঠা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

উঠা   ক্ৰিয়া

ಅರ್ಥ : উৎপন্ন হোৱা

ಉದಾಹರಣೆ : যেতিয়াই পইচাৰ কথা উঠিল, তেখেতসকলে তেতিয়াই পিছ হুহকিলে

ಸಮಾನಾರ್ಥಕ : অহা

ಅರ್ಥ : কাম-বন শেষ হোৱা

ಉದಾಹರಣೆ : সভাখন উঠি গʼল বজাৰ উঠি গʼল

ಸಮಾನಾರ್ಥಕ : উঠি যোৱা, শেষ হোৱা, সমাপ্ত হোৱা

ಅರ್ಥ : কোনো বাহনত উঠা ???

ಉದಾಹರಣೆ : ৰজতে ঘোঁৰাত উঠিলে

ಸಮಾನಾರ್ಥಕ : আৰোহণ কৰা

ಅರ್ಥ : হিচাপত অহা বা সোমোৱা এক অৱস্থা

ಉದಾಹರಣೆ : এক কিলোত মাত্র পাঁচটা আম উঠিল

ಅರ್ಥ : তলৰ পৰা ওপৰৰফালে যোৱা

ಉದಾಹರಣೆ : ককা-দেউতাই এতিয়াও আনন্দেৰে খটখটিত উঠিব পাৰে

ಸಮಾನಾರ್ಥಕ : বগোৱা

ಅರ್ಥ : ঠেং বা ভৰিত ভৰ দি শৰীৰ পোন কৰা কার্য:নেতাজীয়ে ভাষণ দিবলৈ উঠিলে

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : থিয় হোৱা

ಅರ್ಥ : প্রথমৰ পৰাই অধিক উচ্চতাত থকা এক স্থিতি

ಉದಾಹರಣೆ : পঢ়াশালিৰ ভেটি কমৰলৈকে উঠিছে

ಸಮಾನಾರ್ಥಕ : ওখ হোৱা

ಅರ್ಥ : কোনো চিহ্ন আদি ওলাই অহা

ಉದಾಹರಣೆ : অতিপাত গৰমৰ কাৰণে গোটেই গাতে ঘামচি উঠিছে

ಅರ್ಥ : গাই, মʼহ, ঘোঁৰা আদিৰ সংগমৰ ইচ্ছা জাগ্ৰত হোৱা কাৰ্য

ಉದಾಹರಣೆ : কালিৰ পৰা গাইজনী জাগিছে

ಸಮಾನಾರ್ಥಕ : জাগা

ಅರ್ಥ : পদ, মর্যাদা, বর্গ আদিত আগ বঢ়া

ಉದಾಹರಣೆ : নিজৰ তীক্ষ্ণ বুদ্ধিৰ কাৰণে তেওঁ একেবাৰতে পঞ্চম শ্রেণীৰ পৰা অষ্টম শ্রণীলৈ উঠিলে

ಅರ್ಥ : মনলৈ অহা বা ধ্যানত উদয় হোৱা

ಉದಾಹರಣೆ : মোৰ মনত এই কথাটো উঠিছে যে আজিকালি মীনা স্কুললৈ কিয় নাহে ?

ಅರ್ಥ : টোপনিৰ পৰা উঠা কার্য

ಉದಾಹರಣೆ : পুৱা পঁাচ বজাতেই সি শুই উঠিল কোর্হাল শুনি ্ কেঁচুৱাটোৱে সাৰ পালে

ಸಮಾನಾರ್ಥಕ : জগা, শুই উঠা, সাৰ পোৱা

ಅರ್ಥ : ওপৰলৈ যোৱা বা বগোৱা

ಉದಾಹರಣೆ : সূর্য ্লাহে-লাহে উঠি আছে

ಅರ್ಥ : তলৰ পৰা ওপৰলৈ অনা কার্য

ಉದಾಹರಣೆ : তেওঁ ্ দুই হাতেৰে গাগৰিটো উঠালে

ಸಮಾನಾರ್ಥಕ : উঠোৱা

ಅರ್ಥ : বেয়া প্রভাৱ পৰা

ಉದಾಹರಣೆ : সাপে খুটাৰ কাৰণে গোটেই গাটোত বিষ উঠিল

ಸಮಾನಾರ್ಥಕ : অহা

উঠা   বিশেষণ

ಅರ್ಥ : সামান্যভাৱে উঠা বা উফন্দি থকা

ಉದಾಹರಣೆ : খেতি পথাৰৰ উঠা অংশখিনি খান্দি সমতল কৰা হʼল

ಸಮಾನಾರ್ಥಕ : উঠঙা, উফন্দা