ಅರ್ಥ : মছলা হিচাপে ব্যৱহাৰ কৰা এবিধ চিৰসেউজ গছৰ সুগন্ধি বীজ
ಉದಾಹರಣೆ :
মোহনে চাহখিনি সুস্বাদু কৰিবৰ কাৰণে ইলাচী আৰু আদা দিছে
ಅರ್ಥ : এজোপা চিৰসেউজীয়া বৃক্ষ যাৰ ফলৰ পৰা পোৱা সুগন্ধী বীজ মছলা হিচাপে ব্যৱহাৰ হয়
ಉದಾಹರಣೆ :
এই বাগিচাত ইলাচী আদিৰ গছ আছে