ಅರ್ಥ : মানুহে অলৌকিক আৰু অমানৱীয় বুলি বিবেচনা কৰা এক ধৰণৰ আশ্চর্যজনক ্কাম
ಉದಾಹರಣೆ :
চন্দ্রকান্তাৰ কাহিনী মায়া-জালেৰে ভৰি আছে
ಸಮಾನಾರ್ಥಕ : ইন্দ্র-জাল, চমৎকাৰ, মায়া জাল, মায়া-জাল, যাদু
ಅರ್ಥ : ভেল্কীবাজিৰ কাম
ಉದಾಹರಣೆ :
তেওঁৰ ভেল্কীবাজি চোৱাত সকলো মছগুল আছিল
ಸಮಾನಾರ್ಥಕ : টাটক-নাটক, ভেলেকিবাজি, ভেল্কীবাজি