ಅರ್ಥ : কোনো কথা বা বস্তু আদি পাবৰ কাৰণে কৰা ইচ্ছা
ಉದಾಹರಣೆ :
মোৰ কিবা খাবৰ মন গৈছে
ಸಮಾನಾರ್ಥಕ : অভিলাষ কৰা, ইচ্ছা যোৱা, বিচৰা, মন যোৱা
ಅರ್ಥ : কোনো বস্তু বা কামৰ প্রতি হোৱা ইচ্ছা
ಉದಾಹರಣೆ :
পহৰাদাৰজনে ঘৰলৈ যাবলৈ ইচ্ছা কৰিছে
ಸಮಾನಾರ್ಥಕ : কামনা কৰা, প্রত্যাশা কৰা, মন কৰা