ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো বস্তুক ওপৰৰ পৰা বা চাৰিওফালৰ পৰা আৱৰি ৰখা বস্তু
ಉದಾಹರಣೆ : ঢাকনীৰ কাৰণে বস্তু সুৰক্ষিত হৈ থাকে
ಸಮಾನಾರ್ಥಕ : আচ্ছাদন, ঢাকনী, ্সাঁফৰ
ಅರ್ಥ : যিহেৰে কোনো বস্তু আদি ঢাকি থোৱা হয় বা ঢাকিবৰ কাৰণে ব্যৱহাৰ কৰা বস্তু
ಉದಾಹರಣೆ : আচ্ছাদকৰ বস্তু সুৰক্ষিত হৈ থাকে
ಸಮಾನಾರ್ಥಕ : আচ্ছাদক, আচ্ছাদন, কবচ, ঢাকনি
ಅರ್ಥ : ওপৰত থকা কোনো তৰপ বিশেষ যাৰ তলত কোনো ফল বা জীৱ থাকে
ಉದಾಹರಣೆ : বাদামৰ ওপৰত বহুত টান খোলা থাকে
ಸಮಾನಾರ್ಥಕ : কবচ, খোলা
ಸ್ಥಾಪನೆ