ಅರ್ಥ : আৰোহণ কৰা ব্যক্তি
ಉದಾಹರಣೆ :
আৰোহীসকলৰ কাৰণে ঠায়ে-ঠায়ে জিৰণি কক্ষ সাজি দিয়া হৈছে
ಸಮಾನಾರ್ಥಕ : আৰোহক
ಅರ್ಥ : যিজনে কোনো ঘোৰা, গাড়ী বা বাহনৰ ওপৰত উঠি আছে
ಉದಾಹರಣೆ :
যুদ্ধৰ সময়ত বহুতো আৰোহীয়ে বীৰগতি লাভ কৰিলে
ಅರ್ಥ : কোনো বস্তুৰ ওপৰত উঠা বা বহা
ಉದಾಹರಣೆ :
চাইকেল আৰোহী ব্যক্তিজন সৰি পৰিল
ಅರ್ಥ : যাৰ ওপৰত উঠিব পৰা যায়
ಉದಾಹರಣೆ :
আজি আমি এটা আৰোহী পাহাৰৰ ওপৰত উঠিম
ಅರ್ಥ : কিহবাৰ ওপৰেৰে বগাই যোৱা বা উঠি যোৱা
ಉದಾಹರಣೆ :
তেওঁ এই আৰোহী দলটোৰ লগত গৈ আছে