ಅರ್ಥ : কোনো কথা বা কার্য আদিৰ আৰম্ভণি হোৱা
ಉದಾಹರಣೆ :
ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ আৰম্ভ হʼল
ಅರ್ಥ : কোনো কার্য আদিৰ শুভাৰম্ভণ হোৱা
ಉದಾಹರಣೆ :
আমাৰ অঞ্চলত এখন নতুন আঁচনি আৰম্ভ হৈছে
ಸಮಾನಾರ್ಥಕ : আৰম্ভণি হোৱা, শুৰু হোৱা, সমাৰম্ভ