ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : জন্মৰ পৰা ধৰি এতিয়ালৈকে জীৱন কাল বা পাৰ হৈ যোৱা জীৱন কাল
ಉದಾಹರಣೆ : শ্যাম মোতকৈ বয়সত দুবছৰ ডাঙৰ এই প্রতিযোগিতাত দহ বছৰতকৈ কম বয়সৰ লʼৰা-ছোৱালীয়ে অংশগ্রহণ কৰিব নোৱাৰে
ಸಮಾನಾರ್ಥಕ : আয়ু, আয়ুকাল, আয়ুবেলি, আয়ুষ্কাল, জীৱদ্দশা, জীৱনকাল, পৰমায়ু, বয়স
ಅರ್ಥ : জন্মৰ পৰা মৃত্যুলৈকে দিন, মাহ, বছৰ আদিৰে গণনা কৰি উলিওৱা সময়ছোৱা:মানুহৰ গড় আয়ুসকাল ষাঠিৰ পৰা সত্তৰ বছৰ
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : জিন্দেগী, জীৱনকাল, বয়স
ಅರ್ಥ : যি সময় জুৰি কোনো বস্তু বা পদার্থ ্চলমান অৱস্হাত থাকে
ಉದಾಹರಣೆ : বেছিভাগ বৈদ্যুতিক উপকৰণৰে আয়ুস অলপীয়া হয়
ಸಮಾನಾರ್ಥಕ : জীৱন
ಸ್ಥಾಪನೆ