ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিয়ে প্রসন্নতা লাভ কৰিছে
ಉದಾಹರಣೆ : মনোজে পদোন্নতিৰ খবৰ শুনাবৰ কাৰণে প্রফুল্ল মনেৰে ঘৰ পালেগৈ
ಸಮಾನಾರ್ಥಕ : আনন্দ বিহ্বল, আনন্দময়, আনন্দময়ী, আনন্দিত, উত্রাৱল, উল্লসিত, উৎফুল্ল, উৎফুল্লিত, উৰুলিকৃত, প্রফুল্ল, প্রফুল্লিত, সন্তুষ্ট, হৃষ্ট
ಅರ್ಥ : যিজনৰ মন আনন্দেৰে ভৰি পৰিছে:আনন্দিত হৈ থকা ব্যক্তিয়ে যিকোনো কাম ভাল ধৰণে কৰিব পাৰে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : আনন্দ-বিহ্বল, আনন্দময়, আনন্দময়ী, আনন্দিত, উল্লসিত, উৎফুল্ল, উৎফুল্লিত, প্রফুল্ল, প্রফুল্লিত, প্রসন্ন, সন্তুষ্ট, হৃষ্ট
ಅರ್ಥ : যিহৰ মনোৰঞ্জন হৈছে
ಉದಾಹರಣೆ : শিশু অভিনেতাসকলে দেখুওৱা নাটক চাই সকলো আনন্দিত হʼল
ಸಮಾನಾರ್ಥಕ : আনন্দিত, প্রহ্লাদিত, মনোৰঞ্জিত
ಸ್ಥಾಪನೆ