ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো বস্তু বা কথা অনুসৰি কৰা কার্যৰ ্পৰা হোৱা পৰিণাম বা ফল
ಉದಾಹರಣೆ : আজিকালিৰ যুৱকসকলৰ ওপৰত পাশ্চাত্য সভ্যতাৰ অত্যধিক প্রভাৱ পৰিলক্ষিত হৈছে
ಸಮಾನಾರ್ಥಕ : অনুৰাগ, জেদ, টান, ধাউতি, প্রবৃত্তি, প্রভাৱ, প্রৱণতা, মাইৰ, স্পৃহা
ಅರ್ಥ : কাৰোবাক খুউব ভাল পাই সদায় তেওঁৰ্ লগত থাকিবলৈ প্রেৰণা দিয়া মনোবৃত্তি
ಉದಾಹರಣೆ : প্রেম নিস্বার্থ ্ হʼব লাগে
ಸಮಾನಾರ್ಥಕ : অনুৰাগ, পীৰিতি, প্রীতি, প্রেম, ভালপোৱা, মহব্বত
ಅರ್ಥ : আসক্ত হোৱা ক্রিয়া বা ভাব
ಉದಾಹರಣೆ : তেওঁৰ আসক্তি প্রেমলৈ পৰিণত হʼল
ಸಮಾನಾರ್ಥಕ : অনুৰাগ, ইচ্ছানুভূতি, টান, ধাউতি, প্রবণতা, স্পৃহা, হাবিলাস, হাবিয়াহ
ಸ್ಥಾಪನೆ