ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি প্রেমত আসক্ত
ಉದಾಹರಣೆ : প্রেমাসক্ত পুৰুৰবাৰ কাৰণে উর্বশীয়ে স্বর্গ এৰি পৃথিৱীলৈ আহিছিল
ಸಮಾನಾರ್ಥಕ : অনুৰক্ত, অনুৰাগী, প্রেমাসক্ত
ಅರ್ಥ : যি কিহবাৰ প্রতি অত্যধিক অনুৰক্ত
ಉದಾಹರಣೆ : সংসাৰৰ বস্তুবোৰে মানুহৰ মনক আসক্ত কৰি ক্ষণিকৰ বাবেহে সুখ প্রদান কৰে
ಸಮಾನಾರ್ಥಕ : মুগ্ধ, মোহাবিষ্ট, মোহিত, ৰক্ত
ಸ್ಥಾಪನೆ