ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যাৰ আবাস নাই
ಉದಾಹರಣೆ : সৰযু নদীত হোৱা ডাঙৰ বানপানীয়ে হাজাৰ হাজাৰ লোকক আশ্রয়হীন কৰিলে
ಸಮಾನಾರ್ಥಕ : আবাসহীন, গৃহবিহীন, গৃহহাৰা, গৃহহীন, ঘৰ-বাৰীহীন, ঘৰহীন, থাকিবলৈ ঠাই নাইকিয়া-
ಅರ್ಥ : যিজনক সহায় কৰিবলৈ কোনো নাই
ಉದಾಹರಣೆ : সুৰেন্দ্রদেৱে অসহায় লোকক সহায় কৰি থাকে
ಸಮಾನಾರ್ಥಕ : অনাথ, অনাশ্রিত, অসহায়, নিঃসহায়, নিৰাশ্রয়, সম্বলহীন
ಅರ್ಥ : যিয়ে কʼতো আশ্রয় পোৱা নাই
ಉದಾಹರಣೆ : এই সংস্থাটোৱে নিৰাশ্রয়ী লোকক আশ্রয় প্রদান কৰে
ಸಮಾನಾರ್ಥಕ : অনাশ্রিত, নিৰাশ্রয়ী
ಸ್ಥಾಪನೆ