ಅರ್ಥ : কোনো কথা বা কামৰ গুণ-দোষ সম্পর্কীয় বিচাৰ কৰা
ಉದಾಹರಣೆ :
মহিলা আৰক্ষণৰ বিধেয়কখনৰ ওপৰত বহুত আলোচনা কৰা হৈছে
ಸಮಾನಾರ್ಥಕ : আলোচনা-বিলোচনা, টীকা-টিপ্পনী, মন্তব্য
ಅರ್ಥ : ভালদৰে চোৱাচিতা কৰি কোনো সাহিত্যকৃতিৰ গুণ আৰু দোষবোৰৰ বিবেচনাৰে লিখা নিৱন্ধ
ಉದಾಹರಣೆ :
শিক্ষয়িত্রী গৰাকীয়ে নাটকৰ সমালোচনা লিখিবলৈ কʼলে
ಸಮಾನಾರ್ಥಕ : সমালোচনা
ಅರ್ಥ : কোনো কথাৰ বিচাৰ বা বিবেচনা কৰা
ಉದಾಹರಣೆ :
সন্মিলনত নিবনুৱা সমস্যাৰ সন্দর্ভত চিন্তা-চর্চা কৰি থকা হৈছে
ಸಮಾನಾರ್ಥಕ : আলোচনা-বিলোচনা, চিন্তা-চর্চা, বিচাৰ-বিবেচনা