ಅರ್ಥ : অলপ অলপ কথাতে বিৰক্ত বা আমনি লগা ভাব
ಉದಾಹರಣೆ :
মায়ে আজিকালি বৰ আমনি কৰে
ಸಮಾನಾರ್ಥಕ : বিৰক্ত কৰা
ಅರ್ಥ : কাৰোবাক আমনি দি থকা
ಉದಾಹರಣೆ :
কৃষ্ণই গোপীসকলক আমনি কৰি আছিল
ಸಮಾನಾರ್ಥಕ : খং তোলা, দিগদাৰী কৰা, দিগদাৰী দিয়া
ಅರ್ಥ : কাৰোবাক কোনো কথাত অসন্তুষ্ট কৰা
ಉದಾಹರಣೆ :
মঞ্জুলাই সৰু ভায়েকক বৰ আমনি কৰে
ಸಮಾನಾರ್ಥಕ : বিৰক্ত কৰা
ಅರ್ಥ : ধেমালিতে কাৰোবাক আমনি কৰা
ಉದಾಹರಣೆ :
ৰমেশে নিজৰ খুলশালীক আমনি কৰি আছে