ಅರ್ಥ : বিৰক্ত হোৱা ভাব বা যি মনৰ মাজত খং পুহি ৰাখে
ಉದಾಹರಣೆ :
মোৰ কথা শুনি ্তেওঁ বিৰক্তি অনুভৱ কৰিলে
ಸಮಾನಾರ್ಥಕ : অসন্তুষ্টতা, তিক্ততা, বিৰক্তি
ಅರ್ಥ : কাৰোবাক বিৰক্ত কৰিবৰ কাৰণে কৰা কোনো কার্য ্বা ভাব
ಉದಾಹರಣೆ :
আমনি কৰাৰ কাৰণে ৰামুৰ ওপৰত মাৰ পৰিল
ಸಮಾನಾರ್ಥಕ : বিৰক্তি
ಅರ್ಥ : বিৰক্তিৰ অৱস্থা বা ভাৱ
ಉದಾಹರಣೆ :
তেওঁৰ লগত ্ধেমালি নকৰিবা, তেওঁ সৰু সৰু কথাতে বিৰক্ত হৈ পৰে
ಸಮಾನಾರ್ಥಕ : বিৰক্তি