ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি শক্তিৰ দ্বাৰা চকুৰে কোনো বস্তুৰ ৰূপ ধৰিব পাৰে
ಉದಾಹರಣೆ : সূর্য উদয় ্ হোৱাৰ লগে লগে চাৰিওফালে পোহৰ বিয়পি পৰিল
ಸಮಾನಾರ್ಥಕ : আলোক, জ্যোতি, দীপ্তি, দ্যুতি, পোহৰ, প্রকাশ, প্রদীপ, প্রদীপ্তি, প্রভা, বিভা
ಅರ್ಥ : সামান্য মিল থকা
ಉದಾಹರಣೆ : তেওঁৰ কবিতাত ছায়াবাদৰ আভাস দেখা যায়
ಸಮಾನಾರ್ಥಕ : আভাস, প্রতীতি
ಅರ್ಥ : এক ধৰণৰ প্রকাশ বা পোহৰ
ಉದಾಹರಣೆ : তেওঁৰ চেহেৰাৰ জেউতি স্পষ্টৰূপত জিলিকি আছিল
ಸಮಾನಾರ್ಥಕ : কান্তি, জেউতি, জ্যোতি, দীপ্তি, দ্যুতি, প্রভা, বিভা
ಅರ್ಥ : ৰত্নৰ উজ্জ্বলতা বা দীপ্তি
ಉದಾಹರಣೆ : হীৰাৰ চিকমিকনিয়ে চকু চাঁট মাৰি ধৰিছে
ಸಮಾನಾರ್ಥಕ : উদ্দীপ্তি, কান্তি, চকমক, চকমকনি, চমক, চিকমিক, চিকমিকনি, ছাটি, জকমকনি, জলমলনি, জিলিকনি, ঝকমকনি, ঝিলিকনি
ಸ್ಥಾಪನೆ