ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ আবেদন ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

আবেদন   বিশেষ্য

ಅರ್ಥ : কাৰোবাৰ পৰা কিবা বস্তু বিচাৰি দিয়া পত্র

ಉದಾಹರಣೆ : তেওঁৰ আবেদন পত্র ন্যায়ালয়ে নাকচ কৰিলে

ಸಮಾನಾರ್ಥಕ : আবেদন পত্র, আর্জী, দর্খাস্ত

ಅರ್ಥ : নম্রতা সহকাৰে কাৰোবাক কোনো কথা কোৱা কার্য

ಉದಾಹರಣೆ : মোৰ আবেদনৰ বিষয়ত ধ্যান দিয়া হওক

ಸಮಾನಾರ್ಥಕ : আৱেদন, নিবেদন, নিৱেদন, প্রার্থ্্না, বিনীত অনুৰোধ

ಅರ್ಥ : নিজৰ অৱস্থাৰ কথা লিখি বা প্রার্থন্া জনাই দিয়া পত্র:মই ছুটি বিচাৰি আবেদন-পত্র দাখিল কৰিছো

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : আপিল, আবেদন-পত্র, আর্জী, আৰজ, দর্খাস্ত, দৰখাস্ত, প্রার্থন্া-পত্র

ಅರ್ಥ : অত্যাচাৰ, দুখ আদিৰ পৰা বচোৱাৰ কাৰণে কৰা প্রার্থ্্না

ಉದಾಹರಣೆ : পুলিচে দুখীয়া ৰামনাথৰ ফৰিয়াদ নামঞ্জুৰ কৰিলে

ಸಮಾನಾರ್ಥಕ : আর্জি, ফৰিয়াদ