ಅರ್ಥ : পোস্তা বা আফুগছৰ দানা
ಉದಾಹರಣೆ :
আফুগুটিৰ ব্যৱহাৰ মছলা হিছাপে কৰা হয়
ಸಮಾನಾರ್ಥಕ : আফুগুটি, পোস্তা, পোস্তাদানা
ಅರ್ಥ : আফুগছৰ আঠাৰ তিতাসোৱাদৰ নিচাযুক্ত বিষাক্ত অংশ
ಉದಾಹರಣೆ :
সুৰেশৰ আফিং নোখোৱালৈকে টোপনি নাহে
ಸಮಾನಾರ್ಥಕ : আফিং