ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যাৰ আপোন লোকৰ সৈতে সম্বন্ধ বা সম্পর্ক আছে
ಉದಾಹರಣೆ : আত্মীয়ৰ আগত কি লুকুৱাবা, আপুনিটো সকলো খবৰ জানে
ಸಮಾನಾರ್ಥಕ : আত্মীয়, আত্মীয়-স্বজন
ಅರ್ಥ : বহুত ওচৰৰ বা বহুত কাষৰ
ಉದಾಹರಣೆ : ৰাম মোৰ ঘনিষ্ঠ বন্ধু ৰাম আৰু শ্যামৰ মাজত অন্তৰঙ্গ বন্ধুত্ব আছে
ಸಮಾನಾರ್ಥಕ : অন্তৰংগ, অন্তৰঙ্গ, অন্যতম, গাঢ়, ঘনিষ্ঠ, নলে-গলে লগা, সনা-পিঠা, সহৃদয়
ಅರ್ಥ : যি সম্বন্ধত নিজৰ কূলৰ অথবা পৰিয়ালৰ হয়
ಉದಾಹರಣೆ : মনোহৰজী মোৰ আপোন খুৰা
ಸಮಾನಾರ್ಥಕ : আত্মীয়, পৰিজন, স্বজন
ಸ್ಥಾಪನೆ