ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ আপত্তি ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

আপত্তি   বিশেষ্য

ಅರ್ಥ : কোনো কথা সঠিক বুলি মানি নʼলৈ সেই সম্পর্কে ্কোনো কথা কোৱা কার্য

ಉದಾಹರಣೆ : ভাল কাম কৰাত কাৰো আপত্তি থকা উচিত নহয়

ಸಮಾನಾರ್ಥಕ : বিৰোধ

ಅರ್ಥ : স্বীকাৰ নকৰাৰ ভাব বা কার্য

ಉದಾಹರಣೆ : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে

ಸಮಾನಾರ್ಥಕ : অগ্রাহ্য, অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসন্মতি, অসমর্থন, দ্বিমত, নামঞ্জুৰ, প্রত্যাখান, মানা

ಅರ್ಥ : অজুহাত দেখুওৱা কার্য ্ বাকোনো কাম নকৰিবৰ কাৰণে মিছা কাৰণ দেখুওৱা ক্রিয়া

ಉದಾಹರಣೆ : সৰু লʼৰা-ছোৱালীয়ে স্কুল নাযাবলৈ বিভিন্ন অজুহাত দেখুৱায়

ಸಮಾನಾರ್ಥಕ : অচিলা, অজুহাত, ওজৰ, ওজৰ-আপত্তি, কাৰণ, চেলু, দোহাই, বাহনা, বিনাকাৰণ, লেচু

ಅರ್ಥ : কাৰোবাৰ ব্যৱহাৰ, কার্য আদিত দুখী হৈ তেওঁৰ ্ বা তেওঁৰ সম্বন্ধীয় কোনোলোকক উদয় হোৱা দুখৰ বিষয়ে কোৱা কার্য

ಉದಾಹರಣೆ : মোৰ আপোনাৰ ওচৰত কোনো আপত্তি নাই, এতিয়া আপুনি যাব পাৰে

ಸಮಾನಾರ್ಥಕ : অভিযোগ, ওজৰ, ওজৰ-আপত্তি