ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : আন ফালৰ বা সেই ফালৰ
ಉದಾಹರಣೆ : শ্যাম সিফালে আছে
ಸಮಾನಾರ್ಥಕ : অইন দিশে, অইনফালে, অন্যদিশে, সিকাষে, সিফালে, সেই ফালে, সেই মুখে, সেইকাষে, সেইঢালে, সেইদিশে, সেইপিনে, সেইফালে
ಅರ್ಥ : অন্য কোনো স্থানৰ পৰা বা অন্য কʼৰবাৰ পৰা
ಉದಾಹರಣೆ : ইয়াত আপুনি একো নাপাব আনফালে যাওক
ಸಮಾನಾರ್ಥಕ : অন্যফালে
ಅರ್ಥ : আনটো ফালে
ಉದಾಹರಣೆ : এফালে আপুনি এই কামটো কৰিবলৈ কয় আৰু আনফালে বাধাও দিয়ে
ಸಮಾನಾರ್ಥಕ : আনহাতে
ಅರ್ಥ : আনটো ফালৰ দিশ
ಉದಾಹರಣೆ : এই বেংকটো ৰাস্তাটোৰ সিপাৰে আছে
ಸಮಾನಾರ್ಥಕ : আনপাৰে, সিটো ফালে, সিপাৰে, সিফালে
ಸ್ಥಾಪನೆ