ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ আধাৰ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

আধাৰ   বিশেষ্য

ಅರ್ಥ : ঘৰ বনোৱাৰ সময়ত ঘৰৰ যিটো মূল ভাগ দেৱালৰ দৃঢ়তাৰ বাবে মাটি খান্দি তাৰ পৰা ইটা গাঁথি বনোৱা হয়

ಉದಾಹರಣೆ : আধাৰ মজবুত হʼলেহে বহু মহলাৰ ইমাৰত সাজিব পাৰি

ಅರ್ಥ : যাৰ ওপৰত কোনো বেলেগ বস্তু থিয় কৰাই ৰখা হয়

ಉದಾಹರಣೆ : যিকোনো বস্তুৰে আধাৰ মজবুত হোৱা উচিত

ಸಮಾನಾರ್ಥಕ : অৱলম্বন, আশ্রয়

ಅರ್ಥ : কিবা ৰাখিবৰ কাৰণে মানুহ তৈয়াৰ কৰি লোৱা বস্তু

ಉದಾಹರಣೆ : তেওঁ কুকুৰটোক মাটিৰ পাত্রত গাখীৰ খুৱাই আছে

ಸಮಾನಾರ್ಥಕ : আধান, ধাৰক, নিধান, পাত্র, ভাণ্ড

ಅರ್ಥ : কোনো কথাৰ স্পষ্টীকৰণৰ বাবে আৱশ্যক হোৱা অন্তর্নিহিত মূল পূর্বানুমান

ಉದಾಹರಣೆ : আপুনি মোক কি আধাৰত এনেদৰে কৈছে

আধাৰ   বিশেষণ

ಅರ್ಥ : কোনো বস্তুৰ মূল বা তত্ত্বৰ সৈতে সম্বন্ধ ৰাখোতা

ಉದಾಹರಣೆ : সত্য, অহিংসা আৰু প্রেম হৈছে সংস্কৃতিৰ আধাৰ

ಸಮಾನಾರ್ಥಕ : বুনিয়াদ, মূল