ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : এবিধ উদ্ভিদৰ চনচনীয়া আৰু জ্বলা সোৱাদৰ গাঁঠি থকা মূল
ಉದಾಹರಣೆ : আদা ঔষধ আৰু মছলা হিচাপে ব্যৱহাৰ কৰা হয়
ಅರ್ಥ : মছলা হিচাপে ব্যৱহাৰ কৰা ঠেঙুলি থকা কন্দৰ এবিধ ঔষধি উদ্ভিদ আৰু যাৰ সোৱাদ জ্বলা
ಉದಾಹರಣೆ : আদাৰ মূল স্বাস্থ্যৰ কাৰণে ভাল
ಸಮಾನಾರ್ಥಕ : আদাৰ গছ
ಅರ್ಥ : শুকুৱাই থোৱা আদা:শুকান আদা স্বাস্থ্যৰ কাৰণে ভাল
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : আদা-গুড়ি, শুকান আদা
ಸ್ಥಾಪನೆ