ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : লেকেটীয়া বস্তুৰে কোনো ঠাইৰ ওপৰত বস্তু লগোৱা কার্য
ಉದಾಹರಣೆ : তেওঁ ছবিবোৰ বেৰত লগালে
ಸಮಾನಾರ್ಥಕ : লগা, লেও দিয়া
ಅರ್ಥ : দুটা বস্তু এক কৰিবলৈ পৰস্পৰৰ পিঠি বা তল লগ লগোৱা
ಉದಾಹರಣೆ : শিশুটোৱে ভয় খাই মাকৰ কোলাত লিপিট খাই ধৰিলে শল্য চিকিৎসাৰ দ্বাৰা তেওঁৰ ্ কটা আঙুলিটো লগ লাগিল
ಸಮಾನಾರ್ಥಕ : লগ লগা, লাগি ধৰা, লিপিট খোৱা, সাবটি ধৰা
ಸ್ಥಾಪನೆ