ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : সামাজিক সম্বন্ধত বেলেগৰ লগত কৰা আচাৰ
ಉದಾಹರಣೆ : তেওঁৰ ব্যৱহাৰ ভাল নহয়
ಸಮಾನಾರ್ಥಕ : আলেখ-লেখ, গতি-গোত্র, গতি-বিধি, গতি-মতি, চলন-ফুৰণ, চাল-চলন, ধৰণ-কৰণ, ব্যৱহাৰ, মতি-বুদ্ধি, স্বভাৱ, স্বভাৱ-চৰিত্র, হাব-ভাব, ৰেহ-ৰূপ
ಅರ್ಥ : মনৰ ভাব প্রকটিত হোৱা শৰীৰৰ এক স্থিতি
ಉದಾಹರಣೆ : সহযাত্রীৰ আচৰণ দেখি আমি সচকিত হৈ পৰিলোঁ
ಸಮಾನಾರ್ಥಕ : ধৰণ-কৰণ, ব্যৱহাৰ
ಅರ್ಥ : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ
ಉದಾಹರಣೆ : সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে
ಸಮಾನಾರ್ಥಕ : আচাৰ, আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, চাল-চলন, চৰিত্র, ঢং, স্বভাৱ, স্বভাৱ-চৰিত্র
ಸ್ಥಾಪನೆ