ಅರ್ಥ : সন্মুখৰ ফাল
ಉದಾಹರಣೆ :
তেওঁ ্ লাহে লাহে আগলৈ গৈ আছে
ಸಮಾನಾರ್ಥಕ : আগপিনে, আগফাললৈ, আগফালে, মুখৰ ফালে, সন্মুখলৈ, সন্মুখৰ দিশে, সন্মুখৰ ফালে
ಅರ್ಥ : আগত আহিবলগীয়া সময়
ಉದಾಹರಣೆ :
ভৱিষ্যতে কাৰ কি হʼবলগা আছে কোনেও নাজানে
ಸಮಾನಾರ್ಥಕ : ভৱিষ্যত কালত, ভৱিষ্যতে
ಅರ್ಥ : ঠিক এই সময়ৰ পিছৰ পৰাই
ಉದಾಹರಣೆ :
আজিৰ পৰা এনে ভুল আগলৈ নকৰিবা