ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি অত্যধিক আবেশেৰে যুক্ত
ಉದಾಹರಣೆ : মোহনে মোৰ কথা শুনি অতি আপ্লুত হʼল
ಸಮಾನಾರ್ಥಕ : আপ্লুত
ಅರ್ಥ : আকর্ষণৰ ্কাৰণে যিটো কোনোফালে টানি থোৱা হৈছে বা যাৰ আকর্ষণ হৈছে
ಉದಾಹರಣೆ : ছিকাগো সন্মিলনত স্বামী বিবেকানন্দৰ ভাষণে সকলোকে আকর্ষিত কৰিছিল
ಸಮಾನಾರ್ಥಕ : আকর্ষিত, মন্ত্রমুগ্ধ
ಸ್ಥಾಪನೆ