ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : আকাশৰ ৰঙৰ বা পাতল নীলা ৰঙৰ
ಉದಾಹರಣೆ : চিত্রকৰে ছবিখনৰ কিছু অংশ আকাশী ৰঙেৰে বোলাই আছে
ಸಮಾನಾರ್ಥಕ : আকাশী ৰং
ಅರ್ಥ : বতাহ বা হাৱাত হোৱা
ಉದಾಹರಣೆ : মই আকাশী ভ্রমণৰ অভিজ্ঞতা লʼব বিচাৰোঁ
ಸಮಾನಾರ್ಥಕ : বতাহী
ಅರ್ಥ : আকাশৰ ৰঙৰ বা পাতল নীলা
ಉದಾಹರಣೆ : শ্যামে আকাশী কামিজ পিন্ধি আছিল
ಅರ್ಥ : আকাশৰ সৈতে সম্পর্কিত
ಉದಾಹರಣೆ : আকাশৰ বিজুলী পৰি এজন ব্যক্তিৰ মৃত্যু হʼল
ಸಮಾನಾರ್ಥಕ : আকাশৰ
ಸ್ಥಾಪನೆ