ಅರ್ಥ : যি ঠাইৰ পৰা ৰেডিঅʼৰ কার্যসূচী প্রচাৰিত কৰা হয়
ಉದಾಹರಣೆ :
কৃষি আলোচনাৰ কাৰণে মোৰ খুৰাদেউ আকাশবাণী কেন্দ্রলৈ গৈছিল
ಸಮಾನಾರ್ಥಕ : আকাশবাণী কেন্দ্র, ৰেডিঅʼ ষ্টেচন
ಅರ್ಥ : বিদ্যুৎ চুম্বকীয় তৰঙ্গৰ দ্বাৰা ৰেডিঅʼত কার্যসূচী প্রচাৰ কৰা প্রণালী
ಉದಾಹರಣೆ :
আকাশবাণী আৰু ্দূৰদর্শনৰ বিজ্ঞাপন সেৱাৰ পৰা চৰকাৰে ৰাজহ লাভ কৰে