ಅರ್ಥ : কোনো বস্তুৱে অন্যকোনো বস্তুক নিজৰ ফাললৈ টনা শক্তি বিশেষ
ಉದಾಹರಣೆ :
চুম্বকত আকর্ষণ ্থাকে তেওঁৰ চকুত আকর্ষণ আছে
ಅರ್ಥ : আকর্ষিত কৰা বা টনা কার্য
ಉದಾಹರಣೆ :
তেওঁ নিজকে ভৌতিক ্আকর্ষণৰ ্পৰা ৰক্ষা কৰিব নোৱাৰিলে