ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : আঁৰ কৰিবলৈ বিশেষকৈ দুৱাৰ-খিৰিকিত ওলোমাই ৰখা কাপোৰ
ಉದಾಹರಣೆ : তেওঁৰ দুৱ্াৰত এখন উৱলি যোৱা পর্দা লগাই থৈছে
ಸಮಾನಾರ್ಥಕ : আঁৰ-ক্াপোৰ, চিক, ঢাপলিকা, পর্দা, পর্দ্দা
ಅರ್ಥ : সন্মুখৰ বস্তু দেখা নোপোৱা এক ধৰণৰ বাধা
ಉದಾಹರಣೆ : ৰামে বালীক গছৰ ্আঁৰৰ ্পৰা মাৰিলে
ಅರ್ಥ : দুটা বিন্দুৰ মাজত থকা স্থান বা সময়
ಉದಾಹರಣೆ : কামৰ ফাঁকত তেওঁ ঘৰলৈ গʼল
ಸಮಾನಾರ್ಥಕ : অন্তৰাল, গেপ, ফাঁক, ব্যৱধান
ಸ್ಥಾಪನೆ