ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : দেখা কার্য
ಉದಾಹರಣೆ : তেওঁক ্ চোৱাটো মোৰ বাবে জৰুৰী নহয়
ಸಮಾನಾರ್ಥಕ : চোৱা-, দর্শন, দৃষ্টিপাত, নেত্রপাত, বিলোকন, লক্ষ্য
ಅರ್ಥ : ভালদৰে পৰীক্ষা-নিৰীক্ষা কৰি চোৱা কার্য
ಉದಾಹರಣೆ : কোনো বস্তু ব্যৱহাৰ কৰাৰ আগতে ভালদৰে অৱলোকন কৰি চোৱা উচিত
ಸಮಾನಾರ್ಥಕ : চোৱা-চিতা, দৃষ্টিপাত
ಅರ್ಥ : দেখা অৱস্থা বা ভাব
ಉದಾಹರಣೆ : এই বস্তুটো দেখনত ভাল
ಸಮಾನಾರ್ಥಕ : চাৱনি, দর্শন, দেখন, ্চাৱন
ಸ್ಥಾಪನೆ