ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : তলমূৰ কৰি থকা
ಉದಾಹರಣೆ : ফলেৰ অৱনত হৈ থকা ডালবোৰ মাটিত লাগি আছে
ಸಮಾನಾರ್ಥಕ : নত
ಅರ್ಥ : আগৰ ফালে হাউলি থকা
ಉದಾಹರಣೆ : অৱনত শাখাবোৰ কাটি দিয়াই ভাল হʼব
ಅರ್ಥ : যি তলমূৰ কৰি আছে
ಉದಾಹರಣೆ : ফল লগাৰ সময়ত গছবোৰ অধোনমিত হয়
ಸಮಾನಾರ್ಥಕ : অধোগত, অধোগামী, অধোনমিত, অধোমুখী, অৱনমিত, নিম্নগত, নিম্নগামী
ಅರ್ಥ : যিটোৰ অৱনতি ঘটিছে বা যাৰ ব্যৱহাৰ ভাল নহয়
ಉದಾಹರಣೆ : অধঃপতিত লোকে সমাজক ৰসাতললৈ নিয়ে
ಸಮಾನಾರ್ಥಕ : অধঃপতিত, অধোগত, অৱনমিত, পতিত
ಅರ್ಥ : যাৰ দৰ বা ভাও কমি গৈছে
ಉದಾಹರಣೆ : বজাৰলৈ নতুন নতুন উৎপাদিত বস্তু অহাৰ কাৰণে প্রত্যেক বস্তুৰ দাম কমি গৈছে
ಸಮಾನಾರ್ಥಕ : কম, মন্দা
ಸ್ಥಾಪನೆ