ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : অভিমান কৰা ব্যক্তি
ಉದಾಹರಣೆ : মই সেই অভিমানীৰ ্ছাঁটোৰ পৰাও দূৰত থাকিব বিচাৰো
ಸಮಾನಾರ್ಥಕ : অভিমানী, অহঙ্কাৰী, দম্ভী, ্গর্বী
ಅರ್ಥ : অহংকাৰ দেখুৱাওতা
ಉದಾಹರಣೆ : তেওঁ ্ইমান অহংকাৰী যে কথাই পাতিবলৈয়ো মন নকৰে
ಸಮಾನಾರ್ಥಕ : গঙাটোপ, দম্ভী, দাম্ভিক, ্মদগর্বী
ಅರ್ಥ : যি অভিমান, দর্প, ্ অহংকাৰ আদিৰে ভৰি আছে:অহংকাৰী মানুহ সমাজৰ কলংক স্বৰূপ
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : ্ গর্বী, ্ দর্পী
ಅರ್ಥ : নিজকে নিজে ডাঙৰ বুলি ভবা লোক
ಉದಾಹರಣೆ : অহংকাৰী মানুহে আনৰ প্রশংসা শুনিব নোৱাৰে
ಸಮಾನಾರ್ಥಕ : আত্ম-প্রশংসক
ಸ್ಥಾಪನೆ