ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো কথা আদি কৈ বা প্রতিশ্রুতি আদি ৰাখি তাক অস্বীকাৰ কৰা বা কথা দি কথা নৰখা কার্য
ಉದಾಹರಣೆ : তেওঁ নিজৰ কথা অস্বীকাৰ কৰিলে
ಸಮಾನಾರ್ಥಕ : কথা নৰখা, বাগৰ মৰা
ಅರ್ಥ : কোনো কাম বা কথাত সন্মতি নিদিয়া
ಉದಾಹರಣೆ : তেওঁ ্ মোৰ মতটোক অস্বীকাৰ কৰিলে
ಸಮಾನಾರ್ಥಕ : আসৈ মতা, নাথুকাৰ কৰা, নুই কৰা, মানি নোলোৱা
ಸ್ಥಾಪನೆ